👦Tapan Majumdar -Class X( SEBA)
📖 ছাইনেপছ কি ?
উত্তৰঃ দুটা ওচৰা-ওচৰিকৈ থকা স্নায়ুকোষৰ মাজত অতি ক্ষুদ্ৰ ফাঁক থাকে, ইয়াকে ছাইনেপছ (Synapse) বোলা হয় ৷
📖 এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ (ক) এটা স্নায়ুকোষত এটা এক্সন থাকে, কিন্তু এটা স্নায়ুকোষত অধিক ডেনড্ৰাইট থাকে ৷
(খ) এক্সনবোৰ শাখাহীন, কিন্তু ডেনড্ৰাইটবোৰ সদায়েই শাখাযুক্ত ৷
(গ) এক্সনৰ আকৃতি দীঘল, কিন্তু ডেনড্ৰাইট এক্সনৰ তুলনাত চুটি ৷
(ঘ) এক্সনে দেহকোষৰ পৰা স্নায়ু প্ৰেৰণা গ্ৰহণ কৰি স্নায়ু প্ৰান্তলৈ প্ৰেৰণ কৰে , কিন্তু ডেনড্ৰাইটে অন্য স্নায়ুকোষৰ পৰা স্নায়ু প্ৰেৰণা গ্ৰহণ কৰি দেহকোষলৈ ইয়াক প্ৰেৰণ কৰে ৷
👦Bishnu Mandol -Class X( SEBA)
📖 আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয় ? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয় ?
উত্তৰঃ চৰ্বীসমূহ ক্ষুদ্ৰান্ত্ৰত বৃহৎ আকাৰত থাকে৷ এইবোৰৰ ওপৰত ক্ৰিয়া কৰাটো উৎসেচকসমূহৰ বাবে কঠিন হয়৷ পিত্ত লৱণৰ উপস্থিতিত এইবোৰ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হোৱাৰ পাছত এইবোৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজে ক্ৰিয়া কৰে৷
👦Kakali Deka -Class 9 ( SEBA)
Voice Change:
📖 Shall we play football ?
Ans: Will football be played by us ?
📖 Can you ride a bicycle ?
Ans: Can a bicycle be ridden by you ?
📖 What does the man read ?
Ans: What is read by the man ?
📖 Why has the teacher punished the students ?
Ans: Why have the students been punished by the teacher ?
📖 Who invented the radio ?
Ans: By whom was radio invented ?
📖 Whom will you ring the phone ?
📖 Was the tiger killed by the hunter ?
Ans: Did the hunter kill the tiger ?
📖 Have you understood this ?
Ans: Has this been understood by you ?
📖 By whom was Ravana killed ?
Ans: Who killed Ravana ?
📖 Will you give me a ten rupee mote ?
Ans: Shall I be given a ten rupee note by you ?
0 Comments