👦Tapan Majumdar -Class X( SEBA)

📖 ছাইনেপছ কি ? 

উত্তৰঃ দুটা ওচৰা-ওচৰিকৈ থকা স্নায়ুকোষৰ মাজত অতি ক্ষুদ্ৰ ফাঁক থাকে, ইয়াকে ছাইনেপছ (Synapse) বোলা হয় ৷

📖 এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ (ক) এটা স্নায়ুকোষত এটা এক্সন থাকে, কিন্তু এটা স্নায়ুকোষত অধিক ডেনড্ৰাইট থাকে ৷

(খ) এক্সনবোৰ শাখাহীন, কিন্তু ডেনড্ৰাইটবোৰ সদায়েই শাখাযুক্ত ৷

(গ) এক্সনৰ আকৃতি দীঘল, কিন্তু ডেনড্ৰাইট এক্সনৰ তুলনাত চুটি ৷ 

(ঘ) এক্সনে দেহকোষৰ পৰা স্নায়ু প্ৰেৰণা গ্ৰহণ কৰি স্নায়ু প্ৰান্তলৈ প্ৰেৰণ কৰে , কিন্তু ডেনড্ৰাইটে অন্য স্নায়ুকোষৰ পৰা স্নায়ু প্ৰেৰণা গ্ৰহণ কৰি দেহকোষলৈ ইয়াক প্ৰেৰণ কৰে ৷ 

ছাইনেপছ কি ?


 👦Bishnu Mandol -Class X( SEBA)

📖 আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয় ? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয় ?

উত্তৰঃ চৰ্বীসমূহ ক্ষুদ্ৰান্ত্ৰত বৃহৎ আকাৰত থাকে৷ এইবোৰৰ ওপৰত ক্ৰিয়া কৰাটো উৎসেচকসমূহৰ বাবে কঠিন হয়৷ পিত্ত লৱণৰ উপস্থিতিত এইবোৰ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হোৱাৰ পাছত এইবোৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজে ক্ৰিয়া কৰে৷

অৱশেষত ক্ষুদ্ৰান্ত্ৰ ৰসত থকা উৎসেচকে চৰ্বীসমূহ ফেটি এছিড আৰু গ্লিচাৰিলৈ ৰূপান্তৰ কৰে৷ যি ৰূপতক্ষুদ্ৰান্ত্ৰৰ বেৰে এইবোৰক শোষণ কৰি লয়৷
চৰ্বীসমূহৰ পাচন প্ৰক্ৰিয়াটো পক্ষুদ্ৰান্ত্ৰত সংঘটিত হয় ৷
আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয় ? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয় ?


 👦Kakali Deka -Class 9 ( SEBA)

Voice Change:

📖 Shall we play football ?

Ans: Will football be played by us ?

📖 Can you ride a bicycle ?

Ans: Can a bicycle be ridden by you ?

📖 What does the man read ?

Ans: What is read by the man ?

📖  Why has the teacher punished the students ?

Ans: Why have the students been punished by the teacher ?

📖  Who invented the radio ?

Ans: By whom was radio invented ?

📖 Whom will you ring the phone ?

📖 Was the tiger killed by the hunter ?

Ans: Did the hunter kill the tiger ?

📖  Have you understood this ?

Ans: Has this been understood by you ?

📖 By whom was Ravana killed ?

Ans: Who killed Ravana ?

📖 Will you give me a ten rupee mote ?

Ans: Shall I be given a ten rupee note by you ?

Voice change